বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ৰাষ্ট্ৰীয় ফুল।

 

বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ৰাষ্ট্ৰীয় ফুল।  

                       অসমীয়া কুইজ



১)প্রশ্নঃ🔹 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্রতীক আৰু ৰাষ্ট্ৰীয় ফুল কি?
উত্তৰ: ৰাষ্ট্ৰীয় প্রতীক অশোক স্তম্ভ আৰু ৰাষ্ট্রীয় ফুল পদুম।

(২)প্রশ্নঃ🔹 সিংহ কোন কোন দেশৰ ৰাষ্ট্ৰীয় প্রতীক? 
উত্তৰঃ শ্রীলংকা, বেলজিয়াম, ছেইৰালিঅ'ন, নেডাৰলেন্ড, নৰৱে  দেশৰ প্ৰতীক।

(৩)প্রশ্নঃ🔹 পাকিস্তানৰ ৰাষ্ট্ৰীয় প্রতীক কি?
উত্তৰঃ কাঁচি জোন।

(৪)প্রশ্নঃ🔹 ভেঁটফুল কোন কোন দেশৰ ৰাষ্ট্রীয় প্রতীক?
উত্তৰঃ বাংলাদেশ, কানাডা, ইটালি।

(৫)প্রশ্নঃ🔹 ইংলেন্ড আৰু ইৰানৰ ৰাষ্ট্ৰীয় প্রতীক কি?
উত্তৰ: গোলাপ ফুল।

(৬)প্রশ্নঃ🔹 ঈগল কোন কোন দেশৰ ৰাষ্ট্রীয় প্রতীক?
উত্তৰঃ স্পেইন আৰু চিৰিয়াৰ।

(৭)প্রশ্নঃ🔹 আমেৰিকাৰ আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্রতীক কি?
উত্তৰ: আমেৰিকাৰ সোণালী দন্ড আৰু অষ্ট্ৰেলিয়াৰ কেঙ্গেৰু।

(৮)প্রশ্নঃ🔹 জার্মানীৰ ৰাষ্ট্ৰীয়  ফুল কি?
উত্তৰঃ গোমধানৰ ফুল।

(৯)প্রশ্ন:🔹 হাতী কোনখন দেশৰ ৰাষ্ট্ৰীয় প্রতীক?
উত্তৰ: আইভৰী কোষ্টৰ।

(১০)প্রশ্ন:🔹 অসমৰ জাতীয় প্রাণী কী?
উত্তৰঃ এটা খড়গযুক্ত গঁড়।

(১১)প্রশ্নঃ🔹 অসমৰ জাতীয় বৃক্ষ কি?
উত্তৰ: হোলং গছ।

(১২)প্রশ্ন:🔹 জাপানৰ ৰাষ্ট্রীয় ফুল কি?
উত্তৰঃ চন্দ্ৰমল্লিকা ফুল।

(১৩)প্রশ্নঃ🔹 ডালিমৰ ফুল কোনদেশৰ ৰাষ্ট্ৰীয় ফুল?
উত্তৰ: স্পেইনৰ।

(১৪)প্রশ্ন:🔹 মেপল কোনদেশৰ ৰাষ্ট্ৰীয় ফুল?
উত্তৰঃ কানাডাৰ।

(১৫)প্রশ্ন:🔹 আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় ফুল কি?
উত্তৰ: শ্বেমৰক।

Comments